Home বিশ্বসাগৰৰ বুকুত শ শ সোণৰ মুদ্ৰা

সাগৰৰ বুকুত শ শ সোণৰ মুদ্ৰা

by News Desk
A+A-
Reset
images

ডিজিটেল ডেস্ক, কেৰোলিনাঃ সমুদ্ৰৰ উপকূলত সোণৰ মুদ্ৰা ! শুনিলেই সাধু যেন লাগে৷ কিন্তু এয়া সাধু কথা নহয়৷ প্ৰকৃততে ই বাস্তৱ৷ হয়, দক্ষিণ কেৰোলিনাৰ সাগৰৰ বুকুত উপকূলৰপৰা প্ৰায় ২০ মাইল দূৰত প্ৰাচীন সোণৰ মুদ্ৰাৰ সন্ধান পোৱা গৈছে৷ উল্লেখযোগ্য যে এই বিষয়ত তদন্ত কৰি বিশেষজ্ঞসকলে এই মত প্ৰকাশ কৰিছে৷ ১৮৪০ চনৰ জুলাই মাহত উত্তৰ কেৰোলিনাৰপৰা অহা এখন জাহাজ সাগৰৰ বুকুত ডুব গৈছিল৷ সেই জাহাজখনত সোণৰ মুদ্ৰা কঢ়িয়াই অনা হৈছিল৷ সাগৰৰ সোঁতে উটুৱাই অনি দুৰ্ঘটনাস্থলীৰপৰা বহু আঁতৰত এই মুদ্ৰাখিনি জমা হৈছিলহি। এই মুদ্ৰাখিন এতিয়ালৈ উদ্ধাৰ হোৱা প্ৰাচীনতম সোণৰ মুদ্ৰা বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0