82
পাঞ্জাবাৰীঃ মহানগৰীৰ পাঞ্জাবাৰীত বিগত বছৰবোৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ব প্ৰাইজমানি কেৰম প্ৰতিযোগিতা৷
আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অহা ১৫ আগষ্টত পাঞ্জাবাৰীৰ বতাহঘুলিৰ জনশিমলু যুৱক সংঘৰ উদ্যোগত সদৌ গুৱাহাটী ভিত্তিত প্ৰাইজমানি একক কে’ৰম প্ৰতিযোগিতাৰ অনুষ্ঠিত হ’ব৷