ডিজিটেল ডেস্কঃ CBSEৰ দ্বাদশ শ্ৰেণীৰ হিচাপৰক্ষণৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰচাৰ হয় ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত একাংশ লোকে প্ৰশ্নকাকত শ্বেয়াৰ কৰাৰ পিছত এই খবৰ পোহৰলৈ আহে৷ দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই বৃহস্পতিবাৰে পুৱা হোৱাটছএপৰ জৰিয়তে কাকত প্ৰচাৰ হোৱাৰ কথা স্পষ্ট কৰে৷
CBSE is one of the most reputed organizations. I'm sure they will take swift action and try to find out how the paper reached whatsApp right before the exam.