Home ৰাজ্যবান পৰিস্থিতিৰ বুজ ল’বলৈ গহপুৰত কেন্দ্ৰীয় প্ৰতিনিধি দল

বান পৰিস্থিতিৰ বুজ ল’বলৈ গহপুৰত কেন্দ্ৰীয় প্ৰতিনিধি দল

by News Desk
91 views
A+A-
Reset

গহপুৰঃ ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি গহপুৰত আহি উপস্থিত হয় কেন্দ্ৰ চৰকাৰৰ এটি পৰ্যবেক্ষকৰ  দল। গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব ভি শশাংক শেখৰৰ নেতৃত্বত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলটোৱে গহপুৰৰ কেকুৰিজান গাঁও পঞ্চায়তৰ কেকুৰিজান, কলাবাৰী গাঁও পঞ্চায়তৰ কলমৌগুৰিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে৷

কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ বানপীড়িত অঞ্চলৰ বাবে নিশাৰ ভিতৰতে ৫০০ কোটি টকা আৰু সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱাৰ পাছতে দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে ৰাজ্যত উপস্থিত হোৱা কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলটোক লৈ অৱশ্যে মুঠেি সন্তুষ্ট হোৱা দেখা নগ’ল স্থানীয় লোকসকলক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0