49
newsnextone.com | গুৱাহাটীঃ সচেতন শিল্পী সমাজে দেওবাৰে গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেল পথাৰত এখন সজাগতা মূলক শান্তি সভা অনুষ্ঠিত কৰে৷ সুস্থ গণতান্ত্ৰিক ব্যৱস্থা বৰ্তাই ৰখাৰ লগতে দুই শিল্পী অভজিত নাথ আৰু নিলোৎপল দাসৰ হত্যাৰ ন্যায় বিচাৰি অনুষ্ঠিত কৰা সজাগতামূলক শান্তি সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷
