63
পাঞ্জাবাৰীঃ মহানগৰীৰ সিজুবাৰীৰ শ্বাহনগৰৰ মিৰজাক তালীফৰ বাসগৃহৰ পৰা হাতীগাঁও আৰক্ষীৰ সহযোগত চাইল্ড লাইনে এটি দহ বছৰীয়া কিশোৰীক উদ্বাৰ কৰে।
কিশোৰী গৰাকীয়ে প্ৰায় এবছৰ পূৰ্বৰে পৰা তালিফৰ বাসগৃহত বনকৰা শ্ৰমিক হিচাপে কাম কৰি আছিল। চাইল্ড লাইনে উদ্ধাৰ কৰা কিশোৰী গৰাকী গোৱালপাৰা জিলাৰ পাইকানৰ জনৈক আলীৰ কন্যা বুলি জানিব পৰা গৈছে।