Home ৰাজ্যআইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত মোৰাঝাৰত বন্ধ হ’ল বাল্যবিবাহ

আইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত মোৰাঝাৰত বন্ধ হ’ল বাল্যবিবাহ

by News Desk
69 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ নতুনকৈ গঠন হোৱাৰ পিছতে জিলাখনত বাল্যবিবাহ, শিশু শ্ৰমিক, শিশু নিৰ্যাতন আদিৰ দৰে ঘটনাবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত বুধবাৰে হোজাইৰ মোৰাঝাৰত পুনৰ এখন বাল্যবিবাহ বন্ধ কৰা হয়৷

এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙে জানিবলৈ দিয়া মতে বুধবাৰে মোৰাঝাৰৰ বুৰুংগাত এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ বিবাহৰ আয়োজন কৰা হৈছিল চৌধুৰীবজাৰৰ এজন যুৱকৰ লগত৷ দৰাঘৰীয়াই কন্যাক চাই যোৱাৰ পিছতে গোপনে আয়োজন কৰা হৈছিল বিবাহখন৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0