76
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ ৰহাৰ আমচৈ ডালিমবাৰীত শিশু হত্যাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সম্বন্ধীয় বৰদেউতাকে চোতালত শৌচ কৰাৰ বাবেই এতি দুবছৰীয়া কণমানি শিশুক দাৰে হত্যা কৰে৷
জানিব পৰা মতে, শনিবাৰে পুৱা সুজাতা দাস নামৰ দুবছৰীয়া কন্যা শিশুটোৱে চোতালত শৌচ কৰিছিল৷ তাতেই ক্ষুব্ধ হৈ সম্বন্ধীয় বৰদেউতাক অপূৰ্ব দাস নামৰ পাষণ্ড লোক জনে দাৰে ঘপিয়াই নিৰ্মমভাৱে শিশুটিক হত্যা কৰে৷