Home দেশবিশ্ব হিন্দু পৰিষদ-বজৰং দলক ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠন আখ্যা CIAৰ

বিশ্ব হিন্দু পৰিষদ-বজৰং দলক ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠন আখ্যা CIAৰ

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সি চমুকৈ চিআইএ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠন আখ্যা দিয়ে৷ চিআইএৰ ‘ৱাৰ্ল্ড ফেক্টবুক’ত ধৰ্মীয় সন্ত্ৰাসবাদী আখ্যা দিয়ে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক৷ কেৱল ইমানে নহয় ৰাজনীতিত ব্যৱহৃত সংগঠন আখ্যা দিয়ে দুই সংগঠনক৷ 

কেৱল বজৰং নতুবা বিশ্ব হিন্দু পৰিষদে নহয় জমিয়ত উলেমা-ই-হিন্দ আৰু হুৰিয়ৎ কনফাৰেন্সক পলিটিকেল প্ৰেচাৰ গ্ৰুপ আখ্যা দিয়ে৷ ৰাজনৈতিক ভাৱে চাপ সৃষ্টি কৰা বুলি কয় এই সংগঠনসমূহে৷ কিন্তু এনে সংগঠনসমূহে প্ৰত্যক্ষ ভাৱে নিৰ্বাচনত অংশ নলয়৷ হুৰিয়ৎ কানফাৰেন্স আৰু জমিয়ত-উলেমা-ই-হিন্দক ধৰ্মীয় সংগঠন আখ্যা দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0