69
newsnextone.com | গুৱাহাটীঃ পৰিবহণৰ ক্ষেত্ৰখনৰ ৰং সলনি কৰিবলৈ অসমীয়া যুৱকৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব ‘লা-কেৱ’ সেৱা৷ উবেৰ-অলাক প্ৰত্যাহ্বান জনাই হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ ১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা-কেৱ’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ ‘লা-কেৱ’ সেৱা আৰম্ভ কৰিব কেইগৰাকীমান অসমীয়া যুৱকে৷
