Home ৰাজ্যস্বচ্ছ হ’ব নলবাৰী চহৰ

স্বচ্ছ হ’ব নলবাৰী চহৰ

by News Desk
56 views
A+A-
Reset

নলবাৰীঃ নলবাৰী স্বচ্ছ হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক সফল কৰিব নলবাৰী জিলাৰ নৱ নিযুক্ত উপায়ুক্ত সজ্ঞীৱ কুমাৰ দাসে৷ স্বচ্ছ ভাৰত অভিযান মিচনক নলবাৰীত সফল কৰি তোলাৰ বাবে সংশ্লিষ্ট বিভাগসমুহক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

২০ অক্টোবৰত নলবাৰীৰ উপায়ুক্ত হিচাপে যোগদান কৰিয়ে অসম আসামাৰিক সেৱাৰ বিষয়া সজ্ঞীৱ কুমাৰ দাসে জিলাৰ সদৰ নলবাৰী চহৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি তোলাত গুৰুত্ব প্ৰদান কৰাৰ বাবে অধিক তৎপৰ হৈ পৰাৰ লগতে সমানে তপৰ হ’বলৈ বাধ্য হয় নলবাৰী পৌৰসভা। জানিব পৰা মতে, উপায়ুক্তৰ পদক্ষেপৰ বাবে পৌৰসভাৰ কাৰ্যবাহী বিষয়া সজ্ঞীব কুমাৰ বৰা, সহকাৰী অভিযন্তা গিয়াছ আলী আৰু পৌৰ সভানেত্ৰী বিপাশা দাসৰ তৎপৰতা পৌৰকৰ্মীয়ে চহৰখনত চাফাই অভিযান চলাাৱা পৰিলক্ষিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0