88
গুৱাহাটীঃ দেশত চৰ্চা অব্যাহত আছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফলক লৈ৷ কোন মুখ্যমন্ত্ৰী হ’ব কোনে কাৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব তাক লৈ চৰ্চা অব্যাহত আছে৷
নাগালেণ্ড আৰু মেঘালয়ত শাসকীয় বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত মুখ্যমন্ত্ৰী আন দলৰ হ’ব৷ বিজেপিৰ সমৰ্থনত মেঘালয় আৰু নাগালেণ্ডত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ কিন্তু ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷