Home ভাইৰেললাজত পৰিল মুখ্যমন্ত্ৰী সোণোৱাল… কেনেকৈ?

লাজত পৰিল মুখ্যমন্ত্ৰী সোণোৱাল… কেনেকৈ?

by News Desk
A+A-
Reset
b93a3ae1-9a9c-4519-a147-341d9fb72658

গুৱাহাটীঃ বুধবাৰে পুৱাই লাজত পৰিল মুখ্যমন্ত্ৰী সোণোৱাল। চৰকাৰৰ লগতে বি জে পিয়ে ৰাজ্যত উন্নয়ন হোৱা বুলি ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত জয়ঢোল বজাই থকাৰ সময়তে উন্নয়নৰ ফোপোলা স্বৰূপ আজি প্ৰকট হৈ পৰিল। 

খোদ মুখ্যমন্ত্ৰীৰ সভাতে বিদ্যুৎ সৰবৰাহ বন্ধ হৈ গ’ল। গুৱাহাটীৰ গনেশগুৰিত নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণিৰ মাংগলিক অনুষ্ঠানৰ মাজতে লাগিল অথন্তৰ। তেতিয়া ভাষণ দি আছিল 
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেতে মাইক বন্ধ, লাইট নুমাই গ’ল। সেই গ’ল যে গ’লেই। মাইক নোহোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই সামৰিলে ভাষণ। নাই, কাৰেণ্ট অহাৰ নাম-গোন্ধেই নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণো শেষ হ’ল। পিছে নাহিল কাৰেণ্ট।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0