সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

Home ৰাজ্যসাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

by News Desk
56 views
A+A-
Reset

গুৱাহাটীঃ শনিবাৰে সোণাৰিত বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছাই গান্ধী-নেহৰুক জাৱৰৰ সৈতে তুলনা কৰিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে এনে ভাষ্য প্ৰদান কৰে সাংসদ তাছাই।

সাংসদ গৰাকীয়ে কংগ্ৰেছে দীনদয়াল উপাধ্যায়ৰ নীতি আদৰ্শ নজনাকৈ কেৱল গান্ধী নেহৰুৰ নামত ৰাইজৰ মুৰত জাৱৰ এসোপা সোমাই দিলে আৰু ইয়াৰ পিছত বেলেগ থিয়ৰি পাহৰি গল ৰাইজে বুলি কয়। ইয়াৰ পিছতে ৰাজ্যত আৰম্ভ হয় প্ৰতিবাদৰ জোৱাৰ৷ কংগ্ৰেছ নেতা-কৰ্মীয়ে ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে বিৰোধি দলৰ নেতা দেবব্ৰত শইকীয়াই সাংসাদগৰাকীৰ মন্তব্যক গৰিহনা দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0