Home ৰাজ্যবিটিএডিৰ পৰা অবড়ো গাঁও কৰ্তন, ৰাজ্য চৰকাৰৰ বিষয়া বাক্সা-দৰং সীমান্তত

বিটিএডিৰ পৰা অবড়ো গাঁও কৰ্তন, ৰাজ্য চৰকাৰৰ বিষয়া বাক্সা-দৰং সীমান্তত

by News Desk
59 views
A+A-
Reset

গোৰেশ্বৰঃ দৰং জিলাৰ সীমামূৰীয়া দুখন গাঁও ৷ ২০০৩ চনৰ ১০ ফ্ৰেৱুৱাৰীত হোৱা চুক্তি অনুসৰি সেইসময়তে গাঁও দুখন বি টি এডিৰ অন্তৰ্ভুক্ত হৈছিল। কিন্তু গাঁওবাসীয়ে বি টি এ ডিৰ অন্তৰ্ভুক্ত হৈ থাকিব নিবিচাৰি বিভিন্ন সময়ত গনতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। ছিপাঝাৰ সমষ্টিৰ অবড়ো সুৰক্ষা সংগ্ৰাম সমিতিয়ে দিৰ্ঘদিনৰ পৰা বামুনঝাৰ আৰু বামুনঝাৰৰ সমীপৱৰ্তী কটৰা গাঁওদুখনে বি টি এ ডিৰ পৰা কৰ্তনৰ দাবীত প্ৰতিবাদ জনাই আহিছে যদিও এতিয়ালৈ চৰকাৰে কোনো পদক্ষেপ লোৱা নাই৷

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক পূৰ্ণকান্ত মহন্তই ২০১১ চনত  বামুনঝাৰ-কটৰাবাসীৰ অসন্তোষৰ কথা লিখিত ভাবে জনাই মানৱ অধিকাৰ আয়োগক সুমীমাংসাৰ বাবে আবেদন জনাইছিল৷ গাঁওদুখনত অসম চৰকাৰৰ কেইবাজনো উচ্চস্তৰীয় বিষয়াবৰ্গই পৰ্য্যবেক্ষণ কৰিবলৈ আহে৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, বি টি চিৰ সচিব ৰবীনচন মুছাহাৰী, দৰং জিলাৰ উপায়ুক্ত অশোক বৰ্মন, বাগসা জিলাৰ উপায়ুক্ত সঞ্জীৱ গগৈ, ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম দেউৰী, ডাব্লিউ পি টিৰ উপায়ুক্ত সচিব প্ৰফুল্ল হাজোৱাৰী সহিতে বিভিন্ন বিভাগৰ কেবাজনো বিষয়াই সোমবাৰে পুৱা প্ৰায় দহ বজাত বামুনঝাৰ গাঁৱত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0