Home গুৱাহাটীবিলাসী গাড়ী এৰি কংগ্ৰেছীয়ে চলালে চাইকেল, পেট্ৰলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল চলাই প্ৰতিবাদ

বিলাসী গাড়ী এৰি কংগ্ৰেছীয়ে চলালে চাইকেল, পেট্ৰলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল চলাই প্ৰতিবাদ

by News Desk
A+A-
Reset
DeWm2uLV0AApGnt

newsnextone.com | গুৱাহাটীঃ বিলাসী গাড়ীত উঠি ঘুৰা ফুৰা কৰা কংগ্ৰেছৰ নেতাৰ সাৰথি হৈ পৰিল চাইকেল৷ চাইকেলেৰে ঘুৰা-ফুৰা কৰিব লগা হৈছে কংগ্ৰেছৰ নেতাই৷ মোডী চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাটক দিৱস পালন কৰি ৰাজপথত কংগ্ৰেছে চাইকেল চলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ চাইকেলে এতিয়া অন্তিম সংগী কংগ্ৰেছীৰ৷ 

চাইকেলত উঠি কংগ্ৰেছে মঙলবাৰে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজীৱ ভৱনৰ পৰা চাইকেল ৰেলী উলিয়াই জিএছ ৰোডত মঙলবাৰে পুৱাই কংগ্ৰেছীয়ে চাইকেল চলাই মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰিপুণ বৰাৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0