54
ডিজিটেল ডেস্কঃ এটা অডিঅ’ ৰেকৰ্ডিং ধুমুহাৰ বেগত সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে৷ এমাহ পুৰণি অডিঅ’ ৰেকৰ্ডিঙটো ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত৷
তামিলনাডুৰ বিৰোধনগৰ জিলাৰ আৰুপ্পুকোট্টইৰ দেৱাংগ আৰ্ট কলেজৰ অধ্যাপিকাই কেলজৰ কেইবাগৰাকী ছাত্ৰীক ফোন যোগে দিছিল দেহ দিয়াৰ ভয়াবহ প্ৰস্তাৱ৷ তাৰ বিনিময়ত যুৱতীক দিয়া হৈছিল ডিগ্ৰী আৰু টকা দিয়াৰ লোভ৷