Home ক্ৰীড়াকমনৱেলথ গেমছ কেলেংকাৰীত সুৰেশ কালমাদীক দোষমুক্ত ঘোষণা আদালতৰ

কমনৱেলথ গেমছ কেলেংকাৰীত সুৰেশ কালমাদীক দোষমুক্ত ঘোষণা আদালতৰ

by News Desk
A+A-
Reset
kalmadi

নতুন দিল্লীঃ অন্ত পৰিল এক ১৫ বছৰীয়া বিতৰ্কৰ! অৱশেষত কমনৱেলথ গেমছ কেলেংকাৰিৰ ধন সৰবৰাহৰ অভিযোগৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ল সুৰেশ কালমাদী আৰু ললিত ভানোট। মঙলবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ৰায়দানৰ ফলত দশকৰো অধিক সময় ধৰি চলি থকা ৰাজনৈতিক যুদ্ধ আৰু আইনী বিতৰ্কৰ অন্ত পৰে। এই ৰায় নিঃসন্দেহে কংগ্ৰেছৰ বাবে এক বৃহৎ ৰাজনৈতিক জয় হিচাপে পৰিগণিত হৈছে। 

২০১৪ চনত কংগ্ৰেছৰ পতনৰ এক অন্যতম কাৰণ আছিল এই কেলেংকাৰীৰ অভিযোগ। ডঃ মনমোহন সিঙৰ চৰকাৰ আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগে বছৰ বছৰ ধৰি কংগ্ৰেছক বিদ্ধ কৰি আহিছিল। বিজেপি আৰু কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে একেলগে এই গোচৰটো ব্যৱহাৰ কৰি কংগ্ৰেছক দুৰ্নীতিৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল যদিও শেষত আদালতৰ ৰায়দানত স্পষ্ট কৰি দিলে যে কোনো প্ৰমাণ নাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0