60
ডিজিটেল ডেস্কঃ আপুনি অনলাইন যোগে নিশ্চয় চাকৰিৰ বাবে আবেদন কৰাৰ কথা শুনিছে, নতুবা নিজেই আবেদনো কৰিছে। একেদৰে Quiker, OLX, flipkartত আপুনি বিভিন্ন সামগ্ৰী অনলাইনযোগে ক্ৰয়-বিক্ৰয় কৰাৰ কথাও শুনিছে। হয়তো নিজেও ক্ৰয়-বিক্ৰয় কৰিছে।
কিন্তু শুনি আচৰিত হ’ব এতিয়াৰ পৰা আপুনি অনলাইন যোগে বিক্ৰী কৰিব পাৰিব আপোনাৰ কলী, বগীক৷ হয়, এতিয়াৰ পৰা আপুনি আপোনাৰ পোহনীয়া গৰু অনলাইন যোগে বিক্ৰী কৰিব পাৰিব৷