Home ৰাজ্যমহিলাৰ আসন সংৰক্ষণৰ দাবীত চি পি অাই এমৰ প্ৰতিবাদ

মহিলাৰ আসন সংৰক্ষণৰ দাবীত চি পি অাই এমৰ প্ৰতিবাদ

by News Desk
60 views
A+A-
Reset

গুৱাহাটীঃ আজি চি পি অাই এমে ৰাজ্যৰ ভিন্ন স্থানত লোকসভা অাৰু বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম ৰাজ্যিক চি পি অাই এমৰ আহ্বান মৰ্মে ৰাজপথলৈ ওলাই আহে নেতা-কৰ্মী৷

হাতে হাতে লাল পতাকা, প্লেকাৰ্ড, বেনাৰ লৈ ওলাই অহা পুৰুষ মহিলাই লোকসভা অাৰু বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ দাবী জনায়৷ গোৰেশ্বৰ, সৰভোগ, ৰঙিয়া আদি ঠাইৰ লগতে দীঘলীপুখুৰী পাৰতো বাওপন্থী দলটোৱে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0