Home ৰাজনীতিবিসম্বাদলৈ ভয়, সম্পূৰ্ণ কাৰ্বি স্বায়ত্ত পৰিষদ কেতিয়া?

বিসম্বাদলৈ ভয়, সম্পূৰ্ণ কাৰ্বি স্বায়ত্ত পৰিষদ কেতিয়া?

by News Desk
85 views
A+A-
Reset

ডিফুঃ দ্বাদশ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে পৰিষদ দখল কৰাৰ প্ৰায় এমাহ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে এখন পূৰ্ণ পৰ্যায়ৰ স্বায়ত্ত পৰিষদ গঠন নোহোৱাত জিলাখনৰ সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

যোৱা ২২ জুনত দ্বাদশ কাৰ্বি পৰিষদৰ ফলাফল ঘোষণাৰ পিছত এগৰাকী দুৰ্নীতিমুক্ত, নিকা ভাৱমূৰ্তিৰ নতুন মুখক কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত কৰিবলৈ বিজেপিৰ তৃণমূল কৰ্মীসকলে দাবী কৰাৰ পাছতো দুৰ্নীতিত সঙোৰ খাই পৰা তুলিৰাম ৰংহাঙকে ডিফু আৱৰ্ত ভৱনত গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপি সদস্যসকলে চি ই এম পদৰ বাবে সৰ্বসন্মতি ক্ৰমে মনোনীত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0