86
কোকৰাঝাৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনী তথা প্ৰতিষ্ঠানৰ অংশগ্ৰহনেৰে কোকৰাঝাৰ চহৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে কোকৰাঝাৰ ক্ৰাফট মেলা৷ কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ উন্নয়ন আয়ুক্তৰ সহযোগত তথা বিটিচিৰ ব্ৰাফেডৰ উদ্যোগত ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ক্ৰাফট মেলা সোমবাৰে বিয়লী বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিটিচি নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷
