247
ভাৰতবাসীসকলৰ বাবে সুখবৰ৷ এছিয়ান গেমছত পুনৰ সোণৰ পদক লাভ কৰিলে এগৰাকী খেলুৱৈয়ে৷ অপৰিন্দৰ পাছত স্বপ্না বৰ্মনে ১১ তম বাৰত সোণ পদক লাভ কৰি ভাৰকলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ হেপ্তালেনত অনুষ্ঠিত হোৱা ভাৰতে প্ৰথম সোণৰ পদক লাভ কৰে৷ স্বপ্নাই ৮০০ মিটাৰৰ দৌৰত ২.২১.১৩ সময় লৈ ৮০৮ নম্বৰ লাভ কৰে৷ লগতে বেলেগকৈ মুঠ ৬০২৬ নম্বৰ লাভ কৰি ভাৰতৰ বাবে সোণৰ পদক কঢ়িয়াই অনা স্বপ্নাই ইতিহাস ৰচিবলৈ সক্ষম হয়৷
থোৰতে সপোন দেখা স্বপ্নাৰ বিষয়েঃ