Home ক্ৰীড়াঅসম মহিলা ক্ৰিকেট দলত স্থান পালে তেজপুৰৰ বিংকি মনি শইকীয়া

অসম মহিলা ক্ৰিকেট দলত স্থান পালে তেজপুৰৰ বিংকি মনি শইকীয়া

by News Desk
A+A-
Reset
997eb494-3167-401c-bb4e-049bb34a0a5f

newsnextone.com| তেজপুৰঃ ২০১৮ বৰ্ষৰ অহা ১৪ অক্টোৱৰৰ পৰা ২৩ অক্টোৱৰলৈ মধ্যপ্ৰদেশৰ জৌধপুৰত অনুষ্ঠিত হ’ব লগা বি চি চি আই টি-২০ মহিলা ক্ৰিকেট টুনামেণ্ট ( ১৯ৰ উদ্ধৰ) ৰ বাবে অসম দল ঘোষনা কৰাৰ বিষয়ে ইতিমধ্যে সকলোতে বিয়পি পৰিছে৷ ৰেচমি দে নেতৃত্বৰ ১৫ জনীয়া দলটোত স্থান লাভ কৰিছে তেজপুৰ মিলনপুৰ নিবাসী ভৱানী  শইকীয়াৰ কন্যা বিংকি মনি শইকীয়াই।

তেজপুৰ জয়মতী পথাৰত বিশেষ অনুশীলন আৰম্ভ কৰি টি-২০ ক্ৰিকেট টুনামেণ্টত অসম দলটোৰ স্থান প্ৰথম গৰাকী তেজপুৰৰ যুৱতী সকলোলৈ গৌৰৱৰ বাতৰি কঢ়িয়াই আনিছে৷ অৱশেষত দলটোৱে বিজয় ধ্বজা উৰুৱাই আহক কামনাৰে প্ৰাৰ্থনা কৰে ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0