58
সোমবাৰে নিউয়ৰ্কৰ এখন পাৰ্কত গণ্ডোলা ৰাইডৰ মাজতে অকস্মাৎ ওপৰৰ পৰা তললৈ সৰি পৰে এগৰাকী কিশোৰী। ২৫ ফুট উচ্চতাৰ পৰা তলত পৰি যোৱা কিশোৰীগৰাকীক পাৰ্কখনৰ কৰ্মচাৰী আৰু দৰ্শনাৰ্থীসকলে শূন্যতে উদ্ধাৰ কৰে। ভয়াৱহ ঘটনাটোৰ ভিডিঅ’ চাবলৈ তলত ক্লিক কৰক।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.