78
ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছৰ নৱম দিনটো আৰম্ভ হৈছিল স্বৰ্ণ পুৱাৰে। অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা ২১ তম কমনৱেলথ গেমছত ভাৰতে নৱম দিনৰ পুৱাই স্বৰ্ণ লাভে কৰে। শ্বুটিঙত পুৰুষ মহিলাই দুটাকৈ সোণৰ পদক লাভ কৰাৰ লগতে এটা ৰূপৰ পদক লাভ কৰে ভাৰতে।
মহিলা শ্বুটাৰ তেজশ্বিনী চাৱন্তে সোণৰ মেডেল, অঞ্জুম ম’ৰ্দগিলে ৰূপৰ পদক লাভ কৰাৰ লগতে ১৬ বছৰীয়া শ্বুটাৰ অনিচ ভানৱালাই পুৰুষ শাখাত লাভ কৰে সোণৰ মেডেল।