78
ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতি অনুসৰিয়ে কমনৱেলথ গেমছত মল্লযুঁজত পুৰুষৰ শাখাত ৰাহুল আৱাৰ-সুশীল কুমাৰে সোণ আৰু মহিলাৰ শাখাত ববিতা কুমাৰীয়ে ৰূপৰ পদক লাভ কৰে৷
And #TeamIndia has a new #GC2018 #CommonwealthGames #Champion!#RahulAware wins his most deserved Gold in the Men's Freestyle 57 kg defeating #StevenTakahashi of #TeamCanada in #GC2018Wrestling by a lead of 8 points! #Congratulations pic.twitter.com/E3haYWoWml