87
ডিজিটেল ডেস্কঃ হায় ডিজিটেল ইণ্ডিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাই-সমিতিয়ে উচ্চ স্বৰে ডিজিটেল ইণ্ডিয়াৰ জয়গান গাই গ’লেও বাস্তৱত দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি।
অনলাইন বেংকিঙৰ খুতি-নাতিৰ সুযোগ লৈ সময়ে সময়ে একাংশ দুষ্ট চক্ৰই বহু লোকক সৰ্বশ্ৰান্ত কৰি অহা ঘটনাৰ এই দেশত সীমা সংখ্যা নাই। তেনে ঘটনা ৰোধ কৰিবলৈকে কেন্দ্ৰ চৰকাৰে বিমুদ্ৰাকৰণৰ সমান্তৰালভাৱে জনগণৰ সুবিধা হোৱাকৈ মুকলি কৰিছিল BHIM এপ।