111
জয়সাগৰঃ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিৱগাসৰ দিৱস পালন কৰা হয়। পুৱা ৪ বজাত জিলাখনৰ নামতি চাৰিআলিৰ পৰা শিৱসাগৰ নগৰলৈ মাৰাথান দৌৰেৰে শুভাৰম্ভ কৰা হয় এই দিৱসৰ ৷
শিৱসাগৰ দিৱস উপলক্ষে সংস্কৃতিৰ বৰঘৰ, ৬০০ বছৰীয়া গৌৰৱময় আহোম ৰাজত্বকালৰ ৰাজধানী, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ঐতিহাসিক চহৰখনত দেখা যায় এক উছৱমুখৰ পৰিৱেশ।