61
গুৱাহাটীঃ মহানগৰীৰ দীঘলীপুখুৰী পাৰত জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলন আৰু সদৌ কলিতা ছাত্ৰ সন্থাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
দুই শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰক শীঘ্ৰে কলিতা জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীক আগুৱাই নিবলৈ অহা বিধানসভা অধিৱেশনত বিশেষজ্ঞ সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰে।