Home বিনোদনদাদাচাহেব ফাল্কে বটা অভিনেতা কাশেনাথুনি বিশ্বনাথলৈ

দাদাচাহেব ফাল্কে বটা অভিনেতা কাশেনাথুনি বিশ্বনাথলৈ

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্কঃ চলচিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অন্ধ্ৰ প্ৰদেশৰ চলচিত্ৰ নিৰ্মাতা তথা অভিনেতাজনলৈ আগবঢ়োৱা হৈছে ২০১৬ বৰ্ষৰ দাদা চাহেব ফাল্কে পুৰস্কাৰ৷ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী ভেংকেয়া নাইডুয়ে নিৰ্মাতাজনৰ নামটো পুৰস্কাৰৰ বাবে অনুমোদন জনায়৷

৩ মে বিজ্ঞান ভৱনত  অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে কে বিশ্বনাথক এই পুৰষ্কাৰ প্ৰদান কৰিব৷ উক্ত পুৰস্কাৰত আছে এটা স্বৰ্ণ পদুম, নগদ ১০ লাখ টকা আৰু এখন আলোৱান৷  ১৯৬৫ চনৰ পৰা এতিয়ালৈ ৫০ খন চলচিত্ৰ পৰিচালনা কৰিছে বিশ্বনাথে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0