68
খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ আৰক্ষীয়ে কালি নিশা এক অভিযান চলাই অস্ত্ৰসহ তিনিজন দূৰ্ধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয়৷ বেছিমাৰীৰ লাইন হোটেল এখনত ডকাইতৰ দলটোৱে বহি থকা বুলি গোপন খবৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে নিশা আটক কৰে তিনিজনীয়া ডকাইতৰ দলটোক৷
