125
ফখৰুল ইছলাম, দৰংঃ কলা শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে খুচবু ফিৰদৌজ, ব্ৰিলিয়ান্ট একাডেমী জুনিয়ৰ কলেজ, দৰং।
চতুৰ্থ স্থানঃ জুপিতৰা শৰ্মা, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং।
অষ্টম স্থানঃ শ্ৰুতিস্মিতা বশিষ্ঠ, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং।