Home ৰাজ্যকোকৰাঝাৰত চৰকাৰী এড়ী ফাৰ্মত যুৱতীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

কোকৰাঝাৰত চৰকাৰী এড়ী ফাৰ্মত যুৱতীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

by News Desk
A+A-
Reset
LOKKK

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ৰয়নাডাব্ৰীস্থিত চৰকাৰী এড়ী ফাৰ্মত আজি যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এড়ী ফাৰ্মৰ এডাল গছত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা আনুমানিক ২৫-৩০ বছৰীয়া যুৱতীগৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই।

উল্লেখ্য যে ৰয়নাডাব্ৰীত ১৯৭৩-৭৪ চনতে স্থাপিত হোৱা এড়ী কনচেনট্ৰেট ফাৰ্মত কোনো কৰ্মচাৰী নথকাত সদায়ে এক জয়াল পৰিৱশে বিৰাজ কৰে। সম্প্ৰতি ফাৰ্মখনত নিৰ্মানকাৰ্য চলি থকাত কাম কৰিবলৈ আহি আজি পুৱা শ্ৰমিকে গছত মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি ৰাইজক অৱগত কৰে আৰু পিছলৈ গাওঁবুঢ়াই আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0