54
বিহালীঃ বিশ্বনাথৰ বুৰৈ নৈত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়৷ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈ নৈত উদ্ধাৰ হোৱা মৃতদেহটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ।
প্ৰাপ্ত বাতৰি মতে, আজি স্থানীয় একাংশ মাছমৰীয়াই নৈত মাছ ধৰিবলৈ গৈ প্ৰত্যক্ষ কৰে পুৰুষৰ মৃতদেহটো।