89
গৰৈমাৰীঃ গৰৈমাৰীৰ কালাতলীত আজি এগৰাকী ডাক পিয়নৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰে৷
জানিব পৰা মতে, সোণতলী মৌজাৰ নতুন কাঠমী গাঁও নিবাসী তথা কালাতলী উপ-ডাক ঘৰৰ পিয়ন একদেল হুছেইনে হঠাৎ বুকুত বিষ অনুভৱ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷