Home দেশবিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৯০লৈ বৃদ্ধি, ডিএনএ পৰীক্ষাৰ জৰিয়তে ৩২টা মৃতদেহৰ পৰিচয় নিশ্চিত

বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৯০লৈ বৃদ্ধি, ডিএনএ পৰীক্ষাৰ জৰিয়তে ৩২টা মৃতদেহৰ পৰিচয় নিশ্চিত

by News Desk
A+A-
Reset

আহমেদাবাদঃ গুজৰাটৰ আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত ভয়াৱহ বিমান দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ এই দুৰ্ঘটনাত মৃতৰ সংখ্যা ২৯০লৈ বৃদ্ধি পাইছে।

২৪২ গৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰসহ লণ্ডনগামী এয়াৰ ইণ্ডিয়াৰ ফ্লাইট এআই-১৭১ বিমানখন বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমানবন্দৰৰ পৰা টেকঅফ কৰাৰ কিছু সময় পিছতে এটা আৱাসিক এলেকাত থকা মেডিকেল কলেজৰ হোষ্টেলত বিধ্বস্ত হয়। এই দুৰ্ঘটনাৰ পিছত বিমানখনৰ থকা ভাৰতীয় মূলৰ বৃটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশকহে কেৱল জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0