63
নতুন দিল্লীঃ বলিউদৰ বহু চৰ্চিত প্ৰেমিক যুগল ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিয়া। যোৱা ৬ বছৰৰপৰা প্ৰেমৰ সম্পৰ্কত থকা বলিউদৰ জনপ্ৰিয় যুটি ৰাম-লীলাৰ অহা ১৪ অাৰু ১৫ নৱেম্বৰত ইটালীৰ ভিলা ডেল বলবিয়েনেলো পেলেচত সম্পূৰ্ণ হ’ব বিবাহ অনুষ্ঠান।
বিবাহ অনুষ্ঠানত উপস্থিত থাকিব দুয়োৰে পৰিয়ালৰ লগতে বলিউদৰ বন্ধুবৰ্গ আৰু বাদশ্বাহ শ্বাহৰুখ খান, ফাৰাহ খান তথা জনপ্ৰিয় পৰিচালক সঞ্জয় লীলা ভান্সালি।