117
ডিজিটেল ৰিপ’ৰ্টঃ নিজাকৈ নথকালৈকে সুকীয়া কথা। এতিয়া নিজাকৈ হ’ল যেতিয়া whatsapp, messenger বাদ দিয়ক। বাদ দিয়াতো অসম্ভৱ হ’লেও ডাউনলোড কৰক Atmiyo। কিয়নো এই Atmiyo হৈছে অসমৰ।
এজন অসমীয়া যুৱকে যুগান্তকাৰী পদক্ষেপ হাতত লৈ প্ৰথমবাৰলৈ ৰাজ্যত মুকলি কৰিবলৈ ওলাইছে হোৱাটছএপ, ফেচবুক, টুইটাৰ সদৃশ এক ছ’চিয়েল নেটৱৰ্কিং ছাইট। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসাধাৰণ যুৱকজনে।