70
ডিজিটেল ডেক্সঃ শিক্ষা খণ্ডক সকলো চৰকাৰে অৱহেলা কৰি অহা আমি দেখি আহিছো। শিক্ষাৰ ক্ষেত্ৰত মুঠ বাজেটৰ ২-৩ শতাংশতকৈ অধিক ধন ধাৰ্য কৰা দেখা যায়৷
কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ। বিধানসভাত দাখিল কৰা বাজেটত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী মণিষ ছিছোডিয়া। অৱশ্যে বিশেষজ্ঞসকলে অতিৰিক্ত ধন আৱন্টনে শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিব পাৰিবনে নাই সন্দেহ ব্যক্ত কৰিছে।