61
ডিজিটেল ডেক্সঃ অসমীয়াত এষাৰ কথা আছে, মুখত ৰাম নাম, কিন্তু কাৰ্যত আন কাম। একে স্বভাৱৰ প্ৰতিফলন ঘটিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত। ২০১৪ চনত আৰম্ভ কৰা ট্ৰাইবেল উন্নয়নৰ পুঁজি কেন্দ্ৰীয় চৰকাৰে ২০১৫-১৬ বৰ্ষত ২০০ কোটি টকা আৱন্টন দিছিল ৷
এক আৰটিআইৰ উত্তৰত লগতে এই কথাও প্ৰকাশ যে কংগ্ৰেছ শাসিত ৰাজ্যক অৱজ্ঞা কৰি এই ধনৰ সিংহভাগ বিজেপি শাসিত ৰাজ্যক দিয়া হয়।