www.newsnextone.com|তেজপুৰঃ তেজপুৰ চহৰৰ গ্ৰামাঞ্চলত ক্ৰমশ ভাৱে দেশীয় সুৰাৰ প্ৰচলন। তেজপুৰ আৱকাৰী বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এ এচ ১২ এন ৬০২৮ নম্বৰৰ মাৰুতি ভানৰ পৰা বেচেৰিয়া পূখুৰিয়া বিক্ৰী কৰিবলৈ নিয়াৰ কালত তালাচী চলাই বৃহৎ পৰিমানৰ দেশী চুলাই মদ জব্দ কৰে৷ লগতে সুনিল নাথ নামৰ লোক এজনকো আটক কৰে আৰক্ষীয়ে। লোক জনৰ পৰা উদ্ধাৰ কৰা চুলাই মাৰুতি ভেন যোগে দীৰ্ঘ অবৈধ ভাৱে বেহা চলাই আহিছে বুলি জানিব পৰা গৈছে৷