Home বিনোদনলোকশিল্পী ধনদা পাঠকলৈ ২০১৮ চনৰ প্ৰজন্ম বঁটা

লোকশিল্পী ধনদা পাঠকলৈ ২০১৮ চনৰ প্ৰজন্ম বঁটা

by News Desk
A+A-
Reset
dhanada new2

newsnextoneনলবাৰী, ৮অক্টোবৰ: বৃহত্তৰ বৰনদ্দী অঞ্চলৰ গোৱালপাৰাৰ  স্বেচ্চাসেৱী তথা সাহিত্য, সাংস্কৃতিক অনুষ্ঠান ‘প্ৰজন্ম’ই প্ৰদান কৰি অহা প্ৰজন্ম বটা এই বাৰলৈ অসমৰ বিশিষ্টা লোক শিল্পী ধনদা পাঠকলৈ আগবঢ়োৱা হৈছে আৰু প্ৰজন্ম উদ্দীপন  শিশু বটা আগ বঢ়োৱা হৈছে দৰ্শন জোতি কাশ্যপলৈ ৷ এই কথা ‘প্ৰজন্ম পৰিচালনা সমিতিৰ সম্পাদক ৰাফেল চৌধুৰী আৰু দিগন্ত  ভৰালীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিছে৷ উল্লেখযোগ্য যে উক্ত বঁটাটো অহা ১৭ আৰু ১৮ নবেম্বৰত প্ৰজন্মৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিৰ নাট প্ৰতিযোগিতাৰ অনুষ্ঠালত প্ৰদান কৰা হব৷বিগত বছৰৰ প্ৰজন্ম বঁটা বিশিষ্ঠ নাগাৰা নামৰ শিল্পী অচ্যুত ডেকা আৰু মহেন্দ্ৰ হাজৰিকাক প্ৰদান কৰা হৈছিল৷ এইবাৰৰ নাট প্ৰতিযোগিতাখন নলবাৰীৰ বাটসৰত অনুষ্ঠিত হব৷ ইচ্ছুক দল সমুুহক অহা ২৫ অক্টোবৰৰ আগতে ‘প্ৰজন্ম’, গোৱাপাৰা চক, ডাকঃ বলোৱা,নলবাৰী সমিতিৰ সৈতে যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বন জনাইছে৷ইচ্ছুক সকলে ৯৪৩৫২০২৪৪৭এই নম্বৰত যোগাযোগ কৰিব পাৰে৷

দিগন্ত বৰ্মন পশ্চিমনলবাৰী

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0