Home ৰাজ্যহাকিম লৰিলেও হুকুম নলৰে… ঢেকীয়াজুলিত অৰ্থহীন এই ফকৰা-যোজনা!

হাকিম লৰিলেও হুকুম নলৰে… ঢেকীয়াজুলিত অৰ্থহীন এই ফকৰা-যোজনা!

by News Desk
A+A-
Reset
dhekiajuli-sub-division

এটা মহকুমা আৰু নিমাত চৰকাৰ। কথাতে কোৱা হয় হাকিম লৰিলেও হুকুম নলৰে। এই ফকৰা-যোজনাৰ অৰ্থ এতিয়া যেন অৰ্থহীন হৈ পৰিছে। চৰকাৰ সলনি হোৱাৰ লগে লগে সিদ্ধান্তও সলনি হোৱাত ক্ষুব্ধ হৈ পৰিছে ঢেকীয়াজুলিবাসী। সবিশেষ সামৰি সাংবাদিক নাৰায়ণ ফয়েলৰ বিশেষ প্ৰতিবেদন।

♦ ২০১৬ চনৰ ২৫ জানুৱাৰী। সেইদিনা অসম চৰকাৰে  ঢেকীয়াজুলিক মহকুমা হিচাপে ঘোষণা কৰে। মহকুমা ঘোষণাৰ পিছত ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগ মুহূৰ্তত ঢেকীয়াজুলি পৌৰসভাৰ  ৰবীন্দ্ৰ ভৱনত ঢেকীয়াজুলি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয় স্থাপন কৰি লৰালৰিকৈ মহকুমাধিপতিৰ কাৰ্যালয় মুকলি কৰা হয়। শোণিতপুৰ জিলাৰ সেই সময়ৰ উপাযুক্ত লয়া মাদুৰীৰ উপস্থিতিত অসম বিধান সভাৰ উপাধ্যক্ষ ভীমানন্দ তাতীঁ আৰু  বিধায়ক হাবুল চক্ৰৱৰ্তীয়ে ফিতা কাটি ঢেকীয়াজুলি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে। উক্ত অনুষ্ঠানত তেতিয়াৰ বৰছলাৰ বিধায়ক টংক বাহাদুৰ ৰাই উপস্থিত থাকে। সেই সময়ত ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা এ চি এছ বিষয়া জয়ন্ত সৰকাৰে ঢেকীয়াজুলি মহকুমাৰ প্ৰথমগৰাকী মহকুমাধিপতি হিচাপে যোগদান কৰে। কিন্তু তাৰ পিছত…..

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0