60
newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
তাৰ মাজতে বিধেয়কখনৰ বিৰুদ্ধে অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পুনাকন বৰুৱাৰ নেতৃত্বত চাবুৱা সমষ্টিৰ ডিকম টাউনত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰে৷