56
newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত সুৰক্ষিত নহয় অবলা নাৰী, কণমানি শিশু, কিশোৰী৷ দেশৰ ৰাজধানী দিল্লীত নিতৌ ২গৰাকী শিশু-কিশোৰী ধৰ্ষণৰ বলি হয়৷
২০১৮ বৰ্ষত প্ৰতিদিনে দেশৰ ৰাজধানী দিল্লীত ২টাকৈ শিশু ধৰ্ষণৰ বলি হৈ আহিছে৷ দিল্লী আৰক্ষীৰ শেহতীয়া ৰিপৰ্টত এই কথা ওলাই পৰিছে৷