74
ডিমাকুছিঃ ওদালগুৰিৰ হাতীগড় চাহাৰা ক্লাৱৰ উদ্যেগত অনুষ্ঠিত চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টত হাতীগড় চাহাৰা ক্লাৱে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
আজি অনুষ্ঠিত চূড়ান্ত খেলখনত চাহাৰা ক্লাৱে পশ্চিম পটলাৰ বিৰুদ্ধে ছয় উইকেটত জয়লাভ কৰে। হাতীগড় চাহ বাগিছাৰ খৈৰাবাৰী খেলপথাৰত অনুষ্ঠিত টুৰ্ণামেণ্ট খনত মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰে।