122
ডিফুঃ কাৰ্বি পাহাৰতো দেখা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী গ’ বেক ধ্বনিৰে উত্তাল ৰাজপথ।
ডিফুত টায়াৰ জ্বলাই প্ৰতিবাদ আছুৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ কৰে কাৰ্বি ছাত্ৰ সন্থাই।