61
ডিফুঃ ডিএনএলএ উগ্ৰপন্থীৰ ৩৬ ঘণ্টীয়া কাৰ্বি আংলং আৰু ডিমা হাচাও বন্ধৰ মাজতে বৃহস্পতিবাৰে ৩ নং স্বায়ত্ত শাসিত জিলা ডিফু লোকসভা সমষ্টিত শান্তিপূৰ্ণভাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ যায়৷
সন্ধিয়া ৫ বজালৈ প্ৰাপ্ত তথ্য অনুসৰি হাফলং সমষ্টিত ৬৫ শতাংশ, বোকাজানত ৭২.২৫ শতাংশ, হাওৰাঘাটত ৬৯ শতাংশ, ডিফুত ৬৯.৫ শতাংশ আৰু বৈঠালাংচ’ সমষ্টিত ৭১ শতাংশ ভোটগ্ৰহণ কৰা হয়৷