Home ৰাজ্যডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বিলম্বকৰণত ক্ষোভ দল- সংগঠনৰ

ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বিলম্বকৰণত ক্ষোভ দল- সংগঠনৰ

by News Desk
110 views
A+A-
Reset

ডিফঃ ডিফুৰ একমাত্ৰ চৰকাৰী মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিনা কাৰণত বিলম্বকৰণৰ বাবে কাৰবি ছাত্ৰ সন্থা, ইউকেৱাইএ,এছৱাইচি, কেৱাইডিঅ’ ডিফু চৰকাৰী মহাবিদ্যালয় ছাত্ৰই আজি  বিয়লি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাৰ অপসাৰণ দাবী কৰে ৷ 

সংগঠন সমূহৰ নেতৃবৰ্গই অভিযোগ কৰা অনুসৰি অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাই বিগত বৰ্ষৰ ছেপ্তম্বৰ মাহত অনুষ্ঠিত হবলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনটো বিনা কাৰণত পিছুৱাই লৈ গৈ আছে ৷ এই সন্দৰ্ভত কাৰবি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ সংগঠন সমুহৰ তৰফৰ পৰা স্মাৰক পত্ৰ দিয়া হৈছিল যদিও ই কাৰ্যকৰী নহল ৷ যোৱা ২৫ জানুৱাৰীত মহাবিদ্যালয়ৰ খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন  চলিত বৰ্ষৰ জানুৱাৰী ২৮ তাৰিখৰ পৰা ৬ ফেব্ৰুৱাৰীৰ ভিতৰত সমাপন কৰিবলৈ অধিসূচনা জাৰী কৰিছে বুলি কেএছএৰ সভাপতি চিমিয়ণ ৰংফাৰে জানিবলৈ দিছে ৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0